দুই লাখ পঞ্চাছ হাজাৰ টকা কৈ চেক প্ৰদান

আজি ইং 14/02/2021 তাৰিখ দেওবাৰে দৰ্শন আঁচনিৰ জৰিয়তে মুঠ 9 তা নামঘৰত 2,50000( দুই লাখ পঞ্চাছ হাজাৰ ) টকা কৈ নামঘৰ সমূহৰ উন্নতি সাধনৰ বাবে অনুদানৰ চেক প্ৰদান কৰে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী যুত প্ৰমোদ বৰঠাকুৰ দেৱে । নামঘৰ সমূহ হল-
১/ টেঙাবৰি নামঘৰ
2/নামবাঘ মৰা নামঘৰ
3/বৰিগাঁও নামঘৰ
4/লেহুগাওঁ নামঘৰ


বিশ্বনাথ চাৰিআলিৰ পৰা কংকু বৰা

Leave a Reply

Your email address will not be published.