বঙাইগাঁৱৰ বইটামাৰীত আই ভেলী ফাৰ্মাৰ্ছ প্ৰডিউছাৰ কোম্পানীৰ কাৰ্যালয় মুকলী

বইটামাৰীৰ ধনতোলা বজাৰত মুকলী কৰে কাৰ্যালয়টি কৃষক ৰাইজৰ সুবিধাৰ্থে আজি ধনতোলা বজাৰৰ বিৰেন্দ্ৰ মাৰ্কেটত শুভাৰম্ভ কৰে কাৰ্যালয়টিৰ| শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মহকুমা কৃষি বিষয়া অপল দাস ,জেষ্ঠ কৃষি বিষয়া ধ্ৰুৱ সিংহ| কাৰ্যালয় গৃহৰ শুভ উদ্ধোধন কৰে উত্তৰ শালমাৰা মহকুমাৰ জেষ্ঠ কৃষি বিষয়া ধ্ৰুৱ সিংহই |

উল্লেখযোগ্য যে এক নতুন দিগন্তৰ সুচনা কৰি ধনতোলা বজাৰৰ এইটো কাৰ্যালয়ৰ পৰাই এতিয়াৰ পৰা বৃহত্তৰ বইটামাৰী অঞ্চলৰ কৃষকে এতিয়া বেচিব পাৰিব নিজৰ ফচল|

ৰাতুল দেৱ,বঙাইগাঁও

Leave a Reply

Your email address will not be published.