হাজোৰ কুলহাটীত একেদিনাই তিনিটাকৈ আচনিৰ আধাৰ শিলা স্থাপন স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

ঐতহ্যমণ্ডিত শ্ৰী শ্ৰী দূৰ্গা মন্দিৰ সভাগৃহৰ আধাৰ শিলা, কুলহাটী যুৱসমাজৰ প্ৰেক্ষাগৃহৰ লগতে কুলহাটী মিলনপুৰ বংশৰ সংযোগী কলাজল দলঙৰ আধাৰশিলা স্থাপন । দূৰ্গামন্দিৰৰ বাবে বিধায়ক পুজিৰ পৰা আৱন্ত্ৰন এক কোটি টকা । লগতে এই অনুস্থানৰ লগত সংগতি ৰাখি প্ৰাক্তন কেন্দ্ৰীয় মন্দ্ৰী , সাংসদ পদ্মশ্ৰী শ্ৰীযুতা বিজয়া চক্ৰৱৰ্তী বাইদেউক সম্বদ্ধনা ।

বিজয়া বাইদেউৰ হৈ সম্বদ্ধনা গ্ৰহন কৰে জীয়ৰী তথা বিধায়িকা সুমন হৰিপ্ৰিয়াই ।আজিৰ সভাতে তেও কৰে কেবাটাও গুৰুত্ব পূৰ্ণ ঘোষনা । নিজৰ বিধায়ক পুজিৰ দ্বাৰাই এই ঘোষনা । ৰাজনৈতিক ক্ষেত্ৰতো কৰে আন কেইবাটাও চাঞ্চল্যকৰ মন্তব্য । আগন্তুক ২০২১ৰ নিবাৰ্চনত পুনৰবাৰ বিপূল ভোটত হব নিৰ্বাচিত । বিজেপিয়ে পাব ১০০ প্লাছ আসন
। তেও নিজকে কুলহাটীৰ জীয়ৰী বুলি ঘোষনা কৰি ভৱিষ্যতে ইয়াতকৈও কৰিব কুলহাটী বাসীৰ উন্নয়ন । জীৱনৰ শেষ সময় চোৱা কুলহাটীতে কটোৱাৰ সংকল্প ।কুলহাটী বাসীৰো বিধায়িকা গৰাকীৰ কৰ্মৰাজীত আত্ম সন্তুুষ্টি প্ৰকাশ ।

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট

Leave a Reply

Your email address will not be published.