বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন

সমগ্ৰ অসমৰ লগতে বঙাইগাঁৱতো বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ কাৰ্যালয়ৰ শুভ উদ্ধোধন

বঙাইগাঁও জিলাৰ বইটামাৰীত উদ্ধোধন কৰে উক্ত কাৰ্যালয়

বেংকৰ বিভিন্ন আঁচনি সৰ্বসাধাৰনৰ মাজত লৈ অহাই মুখ্যত মানিৱাইছৰ কাম

সাম্প্ৰতিক সময়ত বেংকিং ছেক্টৰৰ বিভিন্ন আঁচনি সৰ্বসাধাৰনক বুজাই দিয়া তথা সচেতনতা বৃদ্ধি কৰাৰ মানসেৰে বইটামাৰীত বৃহস্পতিবাৰে শুভ উদ্ধোধন কৰে উক্ত কাৰ্যালয়টিৰ

কাৰ্যালয়টি শুভ উদ্ধোধন কৰে ষ্টেট বেংক অৱ ইণ্ডিয়া বঙাইগাঁওৰ লীড ডিষ্ট্ৰিক্ট মেনেজাৰ হেমত সিং ইছলাৰী

উপস্থিত থাকে বইটামাৰী অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি

ষ্টেট বেংক ইণ্ডিয়াৰ লীড ডিষ্ট্ৰিক্ট মেনেজাৰ হেমত সিং ইছলাৰীয়ে বইটামাৰী বাসীয়ে বিচাৰিলে বইটামাৰীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা দিয়াৰ কথা ব্যক্ত কৰে

ৰাতুল দেৱ,বঙাইগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *