কভিডৰ তৃতীয় ঢৌৰ প্ৰথম মৃত্যু লামডিংত

কভিডৰ তৃতীয় ঢৌৰ প্ৰথম মৃত্যু লামডিংত

Anchor :- ৰেলৱে চিকিৎসালয়ৰ তৃতীয় ঢেউৰ প্ৰথম মৃত্যু । হাৰ্টৰ ৰোগী আছিল তেওঁক সংকট জনক পৰিস্থিতিত লামডিঙ চিকিৎসালয়লৈ অনা হৈছিল চিকিৎসা কৰাৰ সময়ত ৭৩ বছৰৰ ব্যাক্তিৰ দেহত ধৰা পৰিল কৰুনাৰ অৱস্থিতি । কিন্তু তেওঁ কৰুনাৰ পৰা ৰক্ষাৰ ক্ষেত্ৰত ভেকচিন লোৱা নাছিল ।

অভিযোগ / ভিত্তিহীন

কভিডৰ মৃত দেহ কঢ়িয়াই নিয়া স্বৰ্গ ৰথৰ গাঢ়ি চালক আৰু তেওঁৰ লগত সহ কৰ্মীৰ কাতৰ অনুৰোধ বৰ্তমান চৰকাৰৰ ওচৰত ,হিমন্ত বিশ্ব শৰ্মা লৈ কাতৰ অনুৰোধ কৰে যে তেওঁ লোকে কভিড মৃত দেহ কঢ়িয়াই নিয়াৰ পিছত দেহক সৎকাৰ কৰা‌ পিছত ৫০০ টকা দিয়ে কিন্তু তেওঁ লোকে নিজৰ জীৱন পৰিয়ালৰ পৰা দূৰত্ব বজাই থকাৰ পিছত এনে কঠোৰ পৰিশ্ৰম কৰাৰ পিছত তেওঁলোকে পৰিয়াল চলাবলৈ টান পায় তাৰ বাবে কিছু সুবিধাৰ বাবে বৰ্তমান চৰকাৰৰ কাষত কাতৰ অনুৰোধ কৰে স্বৰ্গ ৰথৰ চালক আৰু সহ কৰ্মীসকলে । তেওঁ লোকক সমাজত বহুতো অসুবিধা সম্মুখীন হ’বলগীয়া হয় ।

তাৰ পৰিও তেওঁ লোকে সকলো চৰকাৰী অনুদান আৰু সুবিধাৰ পৰা বঞ্চিত থাকিবলগীয়া হয় কিয়

চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে আমাৰ এই প্ৰতিবেদনৰ পিছত এয়া লক্ষ্যনীয় হ’ব।

লামডিং পৰা অভিষেক সৰকাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published.