থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ৷ A Reliable and Trusted source to get all the news from Assam & Other North Eastern States of India
গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীটো আনোৱাৰ হুছেইন(১৮)। পশ্চিম গেৰুকাবাৰী নিৱাসী আনোৱাৰৰ পৰা ৩০ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ আৰক্ষীৰ।প্ৰেৰকঃ মাণিকপুৰৰ পৰা ৰফিকুল ইছলাম ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.