বঙাইগাঁওৰ ১ নং নাচনগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান ।

গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীটো আনোৱাৰ হুছেইন(১৮)। পশ্চিম গেৰুকাবাৰী নিৱাসী আনোৱাৰৰ পৰা ৩০ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ আৰক্ষীৰ।

প্ৰেৰকঃ মাণিকপুৰৰ পৰা ৰফিকুল ইছলাম ।

Leave a Reply

Your email address will not be published.